সভাগৃহসভাথলী

সভাগোৱা ওজাপালি (Assamese) [ Roman: xo.bha.go`.wa o`.ja.pa.li]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-11-07
1. Art and Culture(Abstract Noun) A from of traditional dance-drama called `ozapali` of Darrang district of Assam. দৰঙীয়া ওজাপালি এটা ভাগ৷ সুকনানি ওজাপালি আৰু ৰামায়ণ বা সভাগোৱা ওজাপালি- এই দুটা বহল ভাগত দৰঙীয়া ওজাপালিক ভগাব পাৰি৷